Home » photogallery » entertainment »Tiger Shroff-Disha Patani : মালদ্বীপৰ পৰা উভতিল টাইগাৰ শ্ৰফ আৰু দিশা পাটানি, এয়াৰপোৰ্টত একেলগে দেখা গ'ল দুয়োজনকে

Tiger Shroff-Disha Patani : মালদ্বীপৰ পৰা উভতিল টাইগাৰ শ্ৰফ আৰু দিশা পাটানি, এয়াৰপোৰ্টত একেলগে দেখা গ'ল দুয়োজনকে

টাইগাৰ শ্ৰফ (Tiger Shroff with Disha Patani) আৰু দিশা পাটানি নতুন বছৰ উদযাপনৰ উদ্দেশ্যে মালদ্বীপলৈ গৈছিল য'ৰ পৰা নিজৰ কেইবাখনো ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল। এতিয়া দুয়ো মুম্বাইলৈ উভতি আহিছে। তেওঁলোকক যেতিয়া অনুৰাগীসকলে দেখা পাইছিল দুয়োকে একেধৰণৰ পোছাকত দেখা গৈছিল। উল্লেখ্য যে, টাইগাৰ শ্ৰফ আৰু দিশা পাটানিক প্ৰায় ভেকেছন অথবা লান্স ডেট আৰু ডিনাৰ ডেটত একেলগে দেখা যায়। দিশা পাটানিৰ সম্পৰ্ক অভিনেতাজনৰ পৰিয়ালৰ সৈতে একেবাৰে ঘনিষ্ঠ।