Home » photogallery » entertainment »Throwback: যেতিয়া Kiara Advani এ Sushant ৰ সৈতে বিয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ! কি আছিল এই কাহিনী ?

Throwback: যেতিয়া Kiara Advani এ Sushant ৰ সৈতে বিয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ! কি আছিল এই কাহিনী ?

দক্ষিণৰ অভিনেতা (South Actor) ৰাম চৰণ (Ram charan)ৰ সৈতে 'আৰচি ১৫' (RC 15)ৰ বাবে বাতৰিত থকা অভিনেত্ৰী কিয়াৰা আদৱানী (Kiara Advani)ৰ সৈতে জড়িত এটা ক্লিপ ভাইৰেল হৈ আছে য'ত তেওঁ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।

শেহতীয়া বাতৰি