உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Bigg Boss 15 জিকাৰ পিছত তেজস্বী প্ৰকাশক একেলগে দেখা গ'ল কৰণ কুন্দ্ৰাৰ সৈতে ! এই ছবিবোৰ ভাইৰেল হৈ পৰিছে ...

    Bigg Boss 15 জিকাৰ পিছত তেজস্বী প্ৰকাশক একেলগে দেখা গ'ল কৰণ কুন্দ্ৰাৰ সৈতে ! এই ছবিবোৰ ভাইৰেল হৈ পৰিছে ...

    তেজস্বী প্ৰকাশ (Tejasswi Prakash) 'বিগ বছ ১৫'ৰ খিতাপ জয় কৰাৰ পিছৰে পৰা শিৰোনামত আছে। আনহাতে, তেওঁৰ প্ৰেমিক কৰণ কুন্দ্ৰা (Karan Kundrra)অনুষ্ঠানটোৰ দ্বিতীয় ৰানাৰ-আপ আছিল।