T20 ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হৈ অভিযান আৰম্ভ কৰিছে ভাৰতে। প্ৰথমবাৰলৈ বিশ্বকাপৰ মেচত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হ'ল ভাৰত। চিৰ প্ৰতিদ্বন্দী দুয়োটা দলৰ মেচত গেলাৰীত দেখা গ'ল বলীউদৰ তাৰকা অক্ষয় কুমাৰৰ পৰা উৰ্বশী ৰৌতেলা, মৌনি ৰয়, অংকিতা লোখণ্ডে, প্ৰীতি জিণ্টা, বিবেক অৱেৰয়ক।