Home » photogallery » entertainment »ICC T20 World Cup: Ind vs Pak মেচত গেলাৰীত দেখা গ'ল উৰ্বশীৰ পৰা মৌনি, অংকিতালৈকে... 'পনৌতি'ক লৈ ছচিয়েল মিডিয়াত চৰ্চা!

ICC T20 World Cup: Ind vs Pak মেচত গেলাৰীত দেখা গ'ল উৰ্বশীৰ পৰা মৌনি, অংকিতালৈকে... 'পনৌতি'ক লৈ ছচিয়েল মিডিয়াত চৰ্চা!

T20 ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হৈ অভিযান আৰম্ভ কৰিছে ভাৰতে। প্ৰথমবাৰলৈ বিশ্বকাপৰ মেচত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হ'ল ভাৰত।