Home » photogallery » entertainment »Sushant Death Anniversary: দ্বিতীয় মৃত্যু বাৰ্ষিকীত 'Miss you every day' শিৰোনামেৰে ৰিয়া চক্ৰৱৰ্তীয়ে শ্বেয়াৰ কৰিলে সুশান্তৰ সৈতে কটোৱা ৰোমান্টিক মুহূৰ্তৰ কেইবাখনো ফটো ...

Sushant Death Anniversary: দ্বিতীয় মৃত্যু বাৰ্ষিকীত 'Miss you every day' শিৰোনামেৰে ৰিয়া চক্ৰৱৰ্তীয়ে শ্বেয়াৰ কৰিলে সুশান্তৰ সৈতে কটোৱা ৰোমান্টিক মুহূৰ্তৰ কেইবাখনো ফটো ...

Rhea Chakraborty Share Emotional Post on Instagram for Sushant Singh Rajput Death Anniversary: সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ স্বৰ্গীয় প্ৰেমিকক স্মৰণ কৰিছে। সুশান্তৰ সৈতে কটোৱা ৰোমান্টিক মুহূৰ্তবোৰৰ ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে, তেওঁ এক আৱেগিক শিৰোনাম লিখিছে।