মালদ্বীপৰ সাগৰৰ পাৰত অৱসৰ বিনোদনত ব্যস্ত জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী। সেইঠাইৰ পৰা ছানী লিয়নীয়ে শ্বেয়াৰ কৰিছে একাধিক ফটো। বিকিনি পৰিধান কৰি ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে ছানীয়ে। মালদ্বীপৰ পৰা এই ফটো পোষ্ট কৰিছে ছানীয়ে। ফুল প্ৰিণ্টেড বিকিনী পিন্ধি গ্লেমাৰাছ লুক ছানীৰ। মালদ্বীপৰ পৰা একাধিক ফটো পোষ্ট কৰিছে প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে। দুই ৰঙৰ মনোকিনি পিন্ধিছে ছানীয়ে। শ্বুইম ছুটত ছানী লিয়নী। নীলা বিকিনীত ছানী লিয়নীৰ নতুন লুক। ছানী লিয়নী ছানী লিয়নী