এনেদৰে দেখা গল সুহানা খানক। আনিজ বাজমীৰ অফিছৰ বাহিৰত কাৰ্তিক আৰিয়ন। এয়াৰপৰ্টত সপৰিয়ালে ছানী লিয়নী। ছবিৰ প্ৰচাৰত ব্যস্ত সঞ্জনা চাংভি আৰু আদিত্য ৰয় কাপুৰ। শ্বুটিং শেষ হোৱাৰ পথত নীতু কাপুৰৰ। এটা গুৰুত্বপূৰ্ণ ইভেণ্টলৈ আহিছে অভিনেতা চনু সুদ। জিমলৈ বুলি ছানীয়া মলহোত্ৰা।