ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাত্ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ যোৱা ৰাতি শ্বাহৰুখৰ দল কলকাতা নাইট ৰাইডৰ্ছ আৰু মুম্বাই ইণ্ডিয়াণছৰ মাজত খেলা আছিল। এই খেলত দৰ্শকৰ শাৰীত উপস্থিত আছিল স্বয়ং শ্বাহৰুখ খান। লগত আছিল কন্যা সুহানা খান আৰু পুত্ৰ আৰিয়ান খান। খেল উপভোগ কৰাৰ সময়ত সুহানাৰ ফটো ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। সেই মূহুৰ্তত সুহানাৰ এক্সপ্ৰেশ্যন অতি আকৰ্ষণীয় আছিল। (photo credit: twitter/@SuhanaKhanClub).