বনি কাপুৰ আৰু শ্ৰীদেৱীৰ সৰু কন্যা খুছি কাপুৰে এণ্ট্ৰি মৰা নাই কোনো চিনেমাত। কিন্তু ছচিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয় খুছি। এক্টিভ খুছিৰ আছে ঈৰ্ষণীয় ফলোৱাৰ্ছ। মাজে মাজে শ্বেয়াৰ কৰে ফটো, ভিডিও। সম্প্ৰতি খুছিয়ে নিজৰ গ্লেমাৰ পৰিপূৰ্ণ বহু ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। যি দেখি এতিয়া জ্বলিছে ভগ্নী জাহ্নৱী কাপুৰ!