Home » photogallery » entertainment »Prabhas Speaks on Marriage: বাহুবলী প্ৰভাসে এতিয়ালৈ কিয় কৰোৱা নাই বিবাহ? নিজে ক'লে ৪২ বছৰতো অবিবাহিত হৈ থকাৰ কাৰণ...

Prabhas Speaks on Marriage: বাহুবলী প্ৰভাসে এতিয়ালৈ কিয় কৰোৱা নাই বিবাহ? নিজে ক'লে ৪২ বছৰতো অবিবাহিত হৈ থকাৰ কাৰণ...

Prabhas Speaks on Marriage: 'বাহুবলী' খ্যাত অভিনেতা প্ৰভাস ৪২ বছৰ বয়সত অবিবাহিত। ইয়াৰ আঁৰৰ কাৰণ অভিনেতাজনে 'ৰাধে শ্যাম'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ব্যাখ্যা কৰিছিল।