সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী সোনীৰিকা ভাদোৰিয়া (Sonarika Bhadoria)ই শিৱৰাত্ৰীৰ দিনাই এক বিস্ফোৰক অভিযোগ কৰিছে। আচলতে দেৱো কে দেৱ...মহাদেৱ (Devon Ke Dev...Mahadev) ধাৰাবাহিকত অভিনয় কৰি বিখ্যাত হোৱা সোনাৰিকাই অভিযোগ কৰে যে ধাৰাবহিকখনৰ নিৰ্মাতই ৩ বছৰ ধৰি তেওঁৰ ৭০ লাখ টকা আদায় দিয়া নাই। (ফটো- Instagram@bsonarika)