Home » photogallery » entertainment »Sonarika : শিৱৰাত্ৰীৰ দিনাই পাৰ্বতীৰ অভিযোগ, ৩ বছৰে নাপালে ৭০ লাখ টকা

Sonarika : শিৱৰাত্ৰীৰ দিনাই পাৰ্বতীৰ অভিযোগ, ৩ বছৰে নাপালে ৭০ লাখ টকা

দেৱো কে দেৱ...মহাদেৱ (Devon Ke Dev...Mahadev) ধাৰাবাহিকত অভিনয় কৰি বিখ্যাত হোৱা সোনাৰিকাই অভিযোগ কৰে যে ধাৰাবহিকখনৰ নিৰ্মাতই ৩ বছৰ ধৰি তেওঁৰ ৭০ লাখ টকা আদায় দিয়া নাই। (ফটো- Instagram@bsonarika)