Home » photogallery » entertainment »Sonam Kapoor Baby Bump: মাক হ'বলৈ ওলাইছে মোহময়ী সোনম কাপুৰ, গৰ্ভৱতী সোনমে প্ৰদৰ্শন কৰিছে বেবী বাম্প

Sonam Kapoor Baby Bump: মাক হ'বলৈ ওলাইছে মোহময়ী সোনম কাপুৰ, গৰ্ভৱতী সোনমে প্ৰদৰ্শন কৰিছে বেবী বাম্প

মাক হ'বলৈ ওলোৱা সোনম কাপুৰ (Sonam Kapoor)ক মাখনৰঙী বগা শাৰীত অতি গৰ্জিয়াছ লাগিছে। এই ফটোবোৰত সোনম কাপুৰে তাইৰ বেবী বাম্প প্ৰদৰ্শন কৰিছে।