প্ৰেগনেন্সীৰ কথা ঘোষণা কৰাৰ পিছত বুধবাৰে সন্ধিয়া প্ৰথমবাৰলৈ সন্মুখলৈ আহিল বলীউদৰ অভিনেত্ৰী সোনম কাপুৰ। সোনম কাপুৰৰ স্বামী আনন্দ আহুজাৰ ষ্টোৰ 'Ahuja's VegNonVeg'- ৰ উদ্বোধনী আনুষ্ঠান আছিল। গৰ্ভৱতী সোনম কাপুৰে এটা সাধাৰণ নীলা পেণ্টচুট পিন্ধিছিল। অনিল কাপুৰো উপস্থিত আছিল অনুষ্ঠানত। আহিছিল অৰ্জুন কাপুৰো। উদ্বোধনী অনুষ্ঠানত যোগ দিছিল অভিনেত্ৰী হোমা কোৱেচীয়েও। সোনম কাপুৰে এটা সাধাৰণ নীলা পেণ্টচুট পিন্ধিছিল। অভিনেতা অনিল কাপুৰো সেইদিনা আহুজা দম্পতীৰ সৈতে আছিল।