உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »নতুন ছবিৰে শিৰোনাম দখল কৰিছে সোনল চৌহানে ! ইণ্টাৰনেটত ভাইৰেল মোহময়ী সোনমৰ নতুন অৱতাৰ ...

    নতুন ছবিৰে শিৰোনাম দখল কৰিছে সোনল চৌহানে ! ইণ্টাৰনেটত ভাইৰেল মোহময়ী সোনমৰ নতুন অৱতাৰ ...

    সোনল চৌহান (Sonal Chauhan) তেওঁৰ ছবি 'জান্নাত'ৰ বাবে আজি মানুহৰ পৰিচিত। সোনলে হয়তো আজি বলীউডৰ চলচ্চিত্ৰৰ পৰা নিজকে আঁতৰাই ৰাখিছে, কিন্তু তেওঁ ছ'চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয়, আৰু এই প্লেটফৰ্মৰ জৰিয়তে তেওঁ সদায় তেওঁৰ অনুৰাগীসকলৰ সৈতে সম্পৰ্কিত। তেওঁ দিনে দিনে ইনষ্টাগ্ৰামত আপডেট দি থাকে।