Home » photogallery » entertainment »Kanika Kapoor : কণিকা কাপুৰৰ সন্দেহ আছিল- স্বামী গৌতমৰ পৰিয়ালে তেওঁক গ্ৰহণ নকৰিব, কাৰণটো প্ৰকাশ কৰিছিল নিজেই

Kanika Kapoor : কণিকা কাপুৰৰ সন্দেহ আছিল- স্বামী গৌতমৰ পৰিয়ালে তেওঁক গ্ৰহণ নকৰিব, কাৰণটো প্ৰকাশ কৰিছিল নিজেই

Kanika Kapoor on her wedding :'বেবী ডল'খ্যাত গায়কগৰাকীয়ে ২০ মে, ২০২২ত লণ্ডনত গৌতমৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত তেওঁ বহুত সুখী। কিন্তু বিয়াৰ আগতে, গৌতমৰ পৰিয়ালৰ বিষয়ে তেওঁৰ মনত এক অদ্ভুত ভয় আছিল, যিটো তেওঁ প্ৰকাশ কৰিছিল।

  • |

শেহতীয়া বাতৰি