Home » photogallery » entertainment »Sidharth Kiara Wedding: বিবাহপাশত আৱদ্ধ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ আৰু সুন্দৰী কিয়াৰা ! অৱশেষত পোহৰলৈ আহিল বিয়াৰ ছবি ...

Sidharth Kiara Wedding: বিবাহপাশত আৱদ্ধ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ আৰু সুন্দৰী কিয়াৰা ! অৱশেষত পোহৰলৈ আহিল বিয়াৰ ছবি ...

জনপ্ৰিয় বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোট্ৰা আৰু অভিনেত্ৰী কিয়াৰা আদৱানী বিবাহপাশত আৱদ্ধ। ছচিয়েল মিডিয়াযোগে সিদ্ধাৰ্থ আৰু কিয়াৰাই আপলোড কৰিলে বিয়াৰ প্ৰথম ফটো।

শেহতীয়া বাতৰি