Home » photogallery » entertainment »Palak Tiwari Bold Photos : মাক যদি আগে আগে জীয়েক পিছে পিছে, Shweta Tiwariৰ ২১ বছৰীয়া কন্যা Palak Tiwariৰ ৰূপৰ তুলনা নাই, বোল্ড ফটোৰে তুলিছে ধুমুহা

Palak Tiwari Bold Photos : মাক যদি আগে আগে জীয়েক পিছে পিছে, Shweta Tiwariৰ ২১ বছৰীয়া কন্যা Palak Tiwariৰ ৰূপৰ তুলনা নাই, বোল্ড ফটোৰে তুলিছে ধুমুহা

Palak Tiwari Bold Photoshoot: বিখ্যাত ভোজপুৰী আৰু টিভি অভিনেত্ৰী শ্বেতা তিৱাৰী (Shweta Tiwari)ৰ কন্যা পলক তিৱাৰী (Palak Tiwari) ২১ বছৰ বয়সতে অত্যন্ত ধুনীয়া। পলকৰ বোল্ড ফটোৱে (Palak Tiwari Bold look) ছচিয়েল মিডিয়াত ধুমুহা তুলিছে।