Home » photogallery » entertainment »'শোলে'ৰ ডাকু 'ছাম্ভা'ৰ কন্যা বিনতীৰ ৰূপ-সৌন্দৰ্য দেখিলে চকু চাট মাৰি ধৰিব আপোনাৰ।

'শোলে'ৰ ডাকু 'ছাম্ভা'ৰ কন্যা বিনতীৰ ৰূপ-সৌন্দৰ্য দেখিলে চকু চাট মাৰি ধৰিব আপোনাৰ।

'শ্ৱোলে' (Sholay) বোলছবিখনৰ বিখ্যাত চৰিত্ৰ বিলাকৰ ভিতৰত পাহৰিব নোৱাৰা এটা চৰিত্ৰ আছিল 'ছাম্ভা' ডাকু। এই চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতাজন আছিল মেক মোহন (Mac Mohan)। আজি ইয়াত শ্ৱোলেৰ অভিনেতা-অভিনেত্ৰীৰ বিষয়ে নহয়, বৰঞ্চ মেকৰ জীয়ৰী অতিপাত সৌন্দৰ্য্যৰ গৰাকী বিনতী মক্কিনীৰ (Vinati Makijany) বিষয়েহে কোৱা হ'ব ।

শেহতীয়া বাতৰি