শচীন টেণ্ডুলকালৰ কন্যা ছাৰা টেণ্ডুলকাৰ আৰু কে কে আৰৰ ক্ৰিকেটাৰ শুভমন গিলৰ প্ৰেমৰ সম্পৰ্কলৈ সৰ্বত্ৰ চৰ্চা। দুয়োৰে প্ৰেমৰ সম্পৰ্ক এতিয়া গোপন হৈ থকা নাই! ছচিয়েল মিডিয়াটো এই কেইদিন ছাৰা টেণ্ডুলকাৰ চৰ্চিত।Photo- Instagram প্ৰতিখন খেলৰ বাবেই এতিয়া ছাৰাই শুভেচ্ছা জনাই শুভমনক। নিজৰ অ’ফিচিয়েল প্ৰ’ফাইলৰ পৰাই শুভমনে ফিল্ডিং কৰা ফটো শ্বেয়াৰ কৰি চাৰাই লিখিছে যে, ‘এতিয়া ইয়াতে হৃদয় দিয়াৰ কথা ভাবিছো।’ Photo- Instagram ছাৰাই শুভমনৰ ফটো শ্বেয়াৰ কৰা পিছতে এতিয়া ফটো ভাইৰেল ছচিয়েল মিডিয়াত। Photo- Instagram এই সময়তে এতিয়া হাৰ্দিক পাণ্ডিয়াৰ এটা পুৰণি পোষ্ট ভাইৰেল হৈছে। যেতিয়া শুভমনে নতুন গাড়ী ক্ৰয় কৰিছিল,সেই সময়ত শুভেচ্ছা জনাইছিল ছাৰাই। Photo- Instagram আৰু সেই পোষ্টতে হাৰ্দিক পাণ্ডিয়াই ধেমালীৰ সুৰেৰে কৰিছিল কমেণ্ট।Photo- Instagram