Home » photogallery » entertainment »Bollywood সুন্দৰী চাৰা আলী খানে নৱৰাত্ৰিৰ প্ৰথম দিনাই দৰ্শন কৰিলে মন্দিৰ, বনালে ৰুটিও ! চাৰাৰ এইসমূহ ফটো Viral হৈ পৰিছে...

Bollywood সুন্দৰী চাৰা আলী খানে নৱৰাত্ৰিৰ প্ৰথম দিনাই দৰ্শন কৰিলে মন্দিৰ, বনালে ৰুটিও ! চাৰাৰ এইসমূহ ফটো Viral হৈ পৰিছে...

Bollywoodৰ অভিনেত্ৰী চাৰা আলী খান (Sara Ali Khan Photos) বৰ্তমান ৰাজস্থানৰ উদয়পুৰ ভ্ৰমণলৈ গৈছে। তেওঁ তাৰ পৰা নিৰন্তৰ ফটো শ্বেয়াৰ কৰি আছে। নৱৰাত্ৰি উপলক্ষে তেওঁ অনুৰাগীসকলৰ সৈতে নিজৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে আৰু অনুৰাগীসকলক নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে।