Home » photogallery » entertainment »Sanjay Dutt: প্ৰধানমন্ত্ৰীয়ে যিখন গাড়ীত ভ্ৰমণ কৰে একেই গাড়ী কিনি ল'লে সঞ্জয় দত্তই

Sanjay Dutt: প্ৰধানমন্ত্ৰীয়ে যিখন গাড়ীত ভ্ৰমণ কৰে একেই গাড়ী কিনি ল'লে সঞ্জয় দত্তই

যি গাড়ীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ্ৰমণ কৰে, এতিয়া অভিনেতা সঞ্জয় দত্তয়ো একেখন গাড়ী ক্ৰয় কৰিছে। কিছু পাৰ্থক্য যদিও আছে। সঞ্জয় দত্তই শেহতীয়াকৈ মাৰ্চিডিজ মেইবাক এছ ৫৮০ ক্ৰয় কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে মাৰ্চিডিজ মেইবাকৰ একেখন এছ ৬৫০ গাৰ্ড এডিচনত যাত্ৰা কৰে। বাবাৰ এই নতুন ৰাইড মাইল্ড হাইব্ৰিড। গাড়ীৰ প্ৰতি আকৰ্ষিত সঞ্জু বাবাৰ এই গাড়ীখনৰ বিশেষত্ব কি আৰু এই গাড়ীখন কেনেকুৱা দেখা যায় চাওক ফটো।

  • |

শেহতীয়া বাতৰি