Home » photogallery » entertainment »Samantha Ruth Prabhu : স্বামীৰে বিবাহ বিচ্ছেদৰ ২২ দিন পিছতে ধৰ্মীয় যাত্ৰাত ওলাল দক্ষিণৰ বিউটী কুইন সামান্থা, কৰিলে চাৰ ধাম যাত্ৰা

Samantha Ruth Prabhu : স্বামীৰে বিবাহ বিচ্ছেদৰ ২২ দিন পিছতে ধৰ্মীয় যাত্ৰাত ওলাল দক্ষিণৰ বিউটী কুইন সামান্থা, কৰিলে চাৰ ধাম যাত্ৰা

Spiritual Journey: ৱেব চিৰিজ (Web Series) 'দ্য ফেমিলি মেন 2' (The Family Man 2) খ্যাত অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu)য়ে অলপতে তেওঁৰ স্বামীৰ (Samantha Divorce) পৰা বিবাহ বিচ্ছেদৰ পিছত এক ধৰ্মীয় যাত্ৰা আৰম্ভ কৰিছিল, যি চাৰ ধামৰ পিছত বদ্ৰীনাথত সমাপ্ত হৈছিল। অভিনেত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। চাওক...