Home » photogallery » entertainment »Salman Khan's New Girlfriend Samantha Lockwood|| কেটক পাহৰিবলৈ পুনৰ প্ৰেমত পৰিছে ছলমান খান। অভিনেতাজনৰ নতুন বিদেশী প্ৰেয়সীক চিনি পায়নে...

Salman Khan's New Girlfriend Samantha Lockwood|| কেটক পাহৰিবলৈ পুনৰ প্ৰেমত পৰিছে ছলমান খান। অভিনেতাজনৰ নতুন বিদেশী প্ৰেয়সীক চিনি পায়নে...

Samantha Lockwood Salman Khan's New Girlfriend: ছামান্থা লকউড (Samantha Lockwood)। বলীউডত কাণ পাতিলেই শুনা যায় এওঁৱেই হ'ল ছলমান খানৰ বৰ্তমান গাৰ্লফ্ৰেইণ্ড। অৱশ্যে এই বিষয়ে ছামান্থা অথবা ছলমান খান (Salman Khan)ৰ পৰা কোনো ধৰণৰ স্পষ্ট ইংগিত পোৱা নাই।