Home » photogallery » entertainment »ছলমান খান আৰু পিতৃ ছেলিম খানৰ সম্পৰ্কৰ আধাৰত নিৰ্মাণ হৈছে নেকি ‘ভাৰত’ ?

ছলমান খান আৰু পিতৃ ছেলিম খানৰ সম্পৰ্কৰ আধাৰত নিৰ্মাণ হৈছে নেকি ‘ভাৰত’ ?

চলিত বৰ্ষৰ ঈদত মুক্তিলাভ কৰিব ছলমান খান অভিনীত বহু চৰ্চিত ছবি ‘ভাৰত’ । মুক্তিৰ অপেক্ষাত থকা ‘ভাৰত’ ছবিখনৰ কাহিনী ভাগ এক ঘৰুৱা সম্পৰ্কৰ ওপৰত আধাৰিত । সেইদৰে ছবিখনৰ কাহিনীভাগ কিছু পৰিমাণে ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানৰ মাজত থকা সম্পৰ্কৰ সৈতেও মিল থকা বুলি মন্তব্য কৰিছে ছবিখনৰ পৰিচালক আলী আব্বাছ খানে ।

শেহতীয়া বাতৰি