Sakshi Chopra Viral Photos: ৰমানন্দ সাগৰ ((Ramanand Sagar) যি জন লোকক আমি ৰামায়ণ, শ্ৰী কৃষ্ণ, লৱ-কুশ আদিৰ দৰে পৌৰাণিক ধাৰাবাহিকৰ নিৰ্মাতা ৰূপে চিনি পাওঁ তেওঁৰ পৰিনাতি সাক্ষী চোপ্ৰা (Sakshi Chopra) তাৰ বিপৰীতে অতি গ্লেমাৰাছ আৰু বিন্দাছ। নিজৰ গ্লেমাৰাছ ফটোৰে সাক্ষী প্ৰায়েই সংবাদ শিৰোনামত থাকে। তাইৰ শেহতীয়া ফটো কেইখনমান চৰ্চাৰ কাৰণ হৈ পৰিছে। (ফটো-Instagram @viralbhayani)