உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »PHOTOS: ৰামায়ণৰ নিৰ্মাতা ৰমানন্দ সাগৰৰ পৰিনাতি সাক্ষী চোপ্ৰাৰ ড্ৰেছ দেখি চকু কপালত উঠিল নেটিজেনৰ

    PHOTOS: ৰামায়ণৰ নিৰ্মাতা ৰমানন্দ সাগৰৰ পৰিনাতি সাক্ষী চোপ্ৰাৰ ড্ৰেছ দেখি চকু কপালত উঠিল নেটিজেনৰ

    Sakshi Chopra Viral Photos: সাক্ষী চোপ্ৰা (Sakshi Chopra) নিজৰ আজৱ ফটোবোৰৰ কাৰণে প্ৰায়েই ভাইৰেল হৈ থাকে। আকৌ এবাৰ সাক্ষীৰ কেইখনমান ফটো ভাইৰেল (Sakshi Chopra Viral Photo)হৈ পৰিছে। এই ফটোবোৰত সাক্ষীৰ পোছাক দেখিয়েই নেটিজেনসকলে ৰিয়েক্ত কৰিছে আৰু লগে লগে ফটোবোৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। (ফটো-Instagram @viralbhayani)