உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »সুন্দৰী Rashmika Mandanna ই কোট খুলি ভংগীমা দিওতে Viral হৈ পৰিল ফটো ! ৰশ্মিকাৰ এই অৱতাৰৰ কথা অনুৰাগীয়ে কি ক'লে ?

    সুন্দৰী Rashmika Mandanna ই কোট খুলি ভংগীমা দিওতে Viral হৈ পৰিল ফটো ! ৰশ্মিকাৰ এই অৱতাৰৰ কথা অনুৰাগীয়ে কি ক'লে ?

    Rashmika Mandanna latest Photoshoot: দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ 'পুষ্পা' (Pushpa) খ্যাত অভিনেত্ৰী ৰশ্মিকা মন্দনা (Rashmika Mandanna) এগৰাকী ৰাষ্ট্ৰীয় ক্ৰাছ। সকলোৱে তেওঁৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহী। তেওঁ চলচ্চিত্ৰৰ লগতে সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয়। এতিয়া তেওঁৰ এটা শেহতীয়া পোষ্ট ভাইৰেল হৈ আছে।