ৰাকুল প্ৰীটৰ শেহতীয়া ফটোশ্বুট আছিল খুবেই মজাৰ আৰু আনন্দপূৰ্ণ (Image: Instagram) ৰাকুল প্ৰীটক দেখা গৈছিল নীলা আৰু বগা কৰ্ডৰ ছোলাৰ সৈতে (Image: Instagram) নিজৰ ধুনীয়া ফটোবোৰত ৰাকুলে কেপচন দিছিল এনেকৈ : Life is a party so dress like it. (Image: Instagram) ৰাকুল প্ৰীটৰ এই অতীৱ সুন্দৰ ফটোবোৰ ক্লিক কৰিছিল কে বিনায়কে (Image: Instagram) পূৰ্বে ৰাকুল প্ৰীটক দেখা গৈছিল শুভ্ৰ সাজত (Image: Instagram) বগা জাম্প ছুট পিন্ধি এক বিশেষ ভংগিমাত ৰাকুল প্ৰীট (Image: Instagram) এই সাজ ক’লা আকৰ্ষণীয় পোছাকে ৰাকুল প্ৰীট সিঙক নগা যাঠী যেন তীক্ষ্ণ কৰি তুলিছে (Image: Instagram) চুটি চোলা দীঘল ভৰি। এক আকৰ্ষণীয় পজত ৰাকুল প্ৰীট সিং (Image: Instagram) ফুল শ্লীভত স্মাৰ্ট ষ্টাইলত মোহময়ী ৰাকুল প্ৰীট সিং (Image: Instagram)