Home » photogallery » entertainment »Raj Kundra Property : ৪ হাজাৰ কোটি টকাৰ মালিক, প্ৰাইভেট জেট, ইংলেণ্ডত 'ৰাজমহল', ৩ কোটিৰ হীৰাৰ আঙুঠি ! ৰাজ-শিল্পাৰ আছে আকাশচুম্বী সম্পত্তি ! চাওক সবিশেষ...

Raj Kundra Property : ৪ হাজাৰ কোটি টকাৰ মালিক, প্ৰাইভেট জেট, ইংলেণ্ডত 'ৰাজমহল', ৩ কোটিৰ হীৰাৰ আঙুঠি ! ৰাজ-শিল্পাৰ আছে আকাশচুম্বী সম্পত্তি ! চাওক সবিশেষ...

Raj Kundra Property : ৰাজ-শিল্পাৰ আছে প্ৰাইভেট জেট। শিল্পা আৰু ৰাজে প্ৰায়েই জেট বিমানখনৰ লগত তোলা ফটো ছেয়াৰ কৰে। এই জেটখনত এটা মনোৰঞ্জনৰ কক্ষও ৰাখিছে। প্ৰায়েই ৰাজ-শিল্পা অৱসৰ সময়ত সপৰিবাৰে ফুৰিবলৈ যায় ইংলেণ্ডত থকা ৰাজমহললৈ।

  • |

শেহতীয়া বাতৰি