অভিনেতাজনে টুইটাৰত বিয়াৰ কিছুমান ফটো ছেয়াৰ কৰে। ফটোৰ সৈতে ৰাজে বৰ সুন্দৰকৈ এটা কেপচনত কৈছে যে, "আমি আজি ৰাতি পুনৰ বিয়া পাতিলো, কিয়নো আমাৰ পুত্ৰই আমাৰ বিয়া চাবলৈ বিচাৰিছিল।" প্ৰকাশ ৰাজে পুনৰ এবাৰ পুত্ৰৰ অনুৰোধ ৰাখিবলৈকে নিজ পত্নীক বিয়া কৰালে আৰু পুত্ৰই কোৱাৰ বাবে আঙুঠিও পিন্ধাবলগীয়াত পৰে।