Home » photogallery » entertainment »PICS: The Ghostৰ অভিনেত্ৰী সোণাল চৌহানে ক'লে প্ৰভাসৰ 'Adipurush'-এ সলনি কৰিব ভাৰতীয় চিনেমাৰ পৰিচয়

PICS: The Ghostৰ অভিনেত্ৰী সোণাল চৌহানে ক'লে প্ৰভাসৰ 'Adipurush'-এ সলনি কৰিব ভাৰতীয় চিনেমাৰ পৰিচয়

Sonal chauhan PHOTOS: দক্ষিণৰ পৰা বলীউডৰ ছবিত কাম কৰি নিজৰ স্থান দখল কৰা অভিনেত্ৰী সোণাল চৌহান আজিকালি চৰ্চাত আছে নাগাৰ্জুনা অভিনীত ছবি দ্য ঘোষ্টক লৈ। সোণালে ছবিখনত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনৰ পৰিচালনা কৰিছে প্ৰবীণ সত্তৰুৱে। ইয়াৰ উপৰিও প্ৰভাস অভিনীত আদিপুৰুষত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব সোণালক। শেহতীয়াকৈ তেওঁ ওম ৰাউতৰ ছবিখনক লৈ এক সাক্ষাৎকাৰৰ সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শেহতীয়া বাতৰি