Home » photogallery » entertainment »Porimoni : ১৭ দিন পূৰ্বেই মাতৃ হ'ল পৰীমণি, সন্তানক বুকুত লৈ শ্বেয়াৰ কৰিলে ছবি, নাম কি ৰাখিলে সেয়াও জনালে

Porimoni : ১৭ দিন পূৰ্বেই মাতৃ হ'ল পৰীমণি, সন্তানক বুকুত লৈ শ্বেয়াৰ কৰিলে ছবি, নাম কি ৰাখিলে সেয়াও জনালে

সন্তান জন্মৰ আগেয়ে ৰাজ-পৰীয়ে তাৰ নাম ঠিক কৰিছিল। ছোৱালী হ'লে ৰাণী, ল’ৰা হ’লে নাম হ’ব ৰাজ্য। আৰু সেই মতেই নামটো ৰাখিছিল। বৃহস্পতিবাৰে তেওঁ পুত্ৰৰ ফটোৰ সৈতে লিখিছিল পুত্ৰৰ নাম শ্বাহীম মহম্মদ ৰাজ্য।