আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ জন্মদিন। (Photo : Facebook/DeeplinaDeka) হাঁহিমুখীয়া দীপলিনা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। ছচিয়েল মিডিয়াতো দীপলিনাৰ আছে বহু অনুৰাগী। (Photo : Facebook/DeeplinaDeka) বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে দীপলিনাই। নিজৰ সুন্দৰ কণ্ঠৰে অসমবাসীৰ হৃদয়ত স্থান দখল কৰিছে দীপলিনাই। (Photo : Facebook/DeeplinaDeka) ছচিয়েল মিডিয়াতো জনপ্ৰিয় দীপলিনা। দীপলিনাৰ প্ৰতিটো পোষ্টেই ভাইৰেল হৈ পৰে। (Photo : Facebook/DeeplinaDeka) ছচিয়েল মিডিয়াত যিমান সম্ভৱ অনুৰাগীৰ কমেণ্টৰ ৰিপ্লাই দিয়ে দীপলিনাই। সেইবাবেই অনুৰাগীয়ে খুব ভাল পায় গায়িকাগৰাকীক। (Photo : Facebook/DeeplinaDeka) প্ৰিয় কণ্ঠশিল্পীগৰাকীক ছচিয়েল মিডিয়াযোগে ওপজা দিনৰ শুভেচ্ছা জনাইছে অনুৰাগীয়ে। (Photo : Facebook/DeeplinaDeka)