Home » photogallery » entertainment »Pink Ambulance: মহিলাৰ বিপদত আগবাঢ়ি আহিছে মহিলা! গোলপীয়া এম্বুলেন্স চলাই ৰোগীক হাস্পতাললৈ নিচে এইসকল নাৰীয়ে

Pink Ambulance: মহিলাৰ বিপদত আগবাঢ়ি আহিছে মহিলা! গোলপীয়া এম্বুলেন্স চলাই ৰোগীক হাস্পতাললৈ নিচে এইসকল নাৰীয়ে

Women Ambulance Drivers: শ্বহীদ ভগত সিং সেৱা দলৰ মহিলা শাখাৰ সভাপতি মনজিৎ কৌৰ শান্তীয়ে উপলব্ধি কৰিছিল যে, যুৱতী আৰু অন্যান্য মহিলাসকলে পুৰুষ চালকৰ ওচৰত সদায় সহজ অনুভৱ নকৰিব পাৰে।