Home » photogallery » entertainment »Bhumi Pednekar : কমেও ৪টা সন্তানৰ মাক হ'ব বিচাৰে ভূমি পাড়নেকাৰে, ক'লে বিবাহক লৈ নিজৰ মনৰ কথা

Bhumi Pednekar : কমেও ৪টা সন্তানৰ মাক হ'ব বিচাৰে ভূমি পাড়নেকাৰে, ক'লে বিবাহক লৈ নিজৰ মনৰ কথা

ভূমি পাড়নেকাৰ (Bhumi Pednekar)এ নিজকে যথেষ্ট ৰোমাণ্টিক বুলি ভাবে। নিজৰ বিয়াৰ পৰিকল্পনা (Bhumi Pednekar wedding plan) ৰ কথাও তেওঁ মুকলিকৈ ক'লে। তেওঁ কয়-'মই বহুত ৰোমান্টিক। মই বিবাহত বিশ্বাস কৰোঁ আৰু সময়ত ৩-৪টা সন্তানৰ মাতৃ হ'ব বিছাৰোঁ।

শেহতীয়া বাতৰি