কেডবাৰীৰ বিজ্ঞাপনত দেখা পোৱা যিগৰাকী যুৱতীৰ নিৰ্জ্জু আৰু সৌন্দৰ্য্যই সকলোৰে অন্তৰ চুই গৈছিল সেইগৰাকী অভিনেত্ৰীয়েই হ'ল ৱাৰিনা হোছেইন (Warina Hussain), যি জন্মসূত্ৰে আফগানিস্তান (Afghanistan)ৰ বাসিন্দা। ৱাৰিনা পিতৃ ইৰাকৰ আৰু মাতৃ আফগানিস্তানৰ। ৱাৰিনাক ছলমান খানে আয়ূষ শৰ্মা (Ayush Sharma)ৰ সৈতে 'লাভযাত্ৰী' (Loveyatri) ফিল্মখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰাৰ সূযোগ দিছিল। ৱাৰিণাৰ চকুচাট মৰা সৌন্দৰ্য্যই বহুত চৰ্চা পালে যদিও চিনেমাখনে সফলতা লাভ নকৰিলে। (ফটো: warinahussain/Instagram)