বলীউডৰ অভিনেত্ৰী সোনম কাপুৰে প্ৰমাণ কৰিলে যে গৰ্ভাৱস্থাতো নাৰীক অতি ষ্টাইলিছ দেখাব পাৰি আৰু ফেশ্বনেবল কাপোৰ পিন্ধিব পাৰি। গৰ্ভাৱস্থাৰ যাত্ৰা উপভোগ কৰি থকা অভিনেত্ৰীগৰাকীয়ো নিজৰ জন্মদিনত মেটাৰনিটী ফটোশ্বুটত কৰিছিল (Sonam Kapoor looks beautiful in maternity photoshoot) আৰু লগতে নিজৰ অনুভৱৰ কথাও কৈছে। (Photo Credits: sonamkapoor/Instagram)