Home » photogallery » entertainment »Sonam Kapoor: নিজৰ জন্মদিনত মেটাৰনিটী ফটোশ্বুট কৰিলে সোনম কাপুৰে, জাননে কেনে অনুভৱ কৰিছিল অভিনেত্ৰীগৰাকীয়ে

Sonam Kapoor: নিজৰ জন্মদিনত মেটাৰনিটী ফটোশ্বুট কৰিলে সোনম কাপুৰে, জাননে কেনে অনুভৱ কৰিছিল অভিনেত্ৰীগৰাকীয়ে

সোনম কাপুৰ (Sonam Kapoor)ক বলীউডৰ ফেশ্বনেবল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। ৯ জুনত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীয়ে আজি ৩৭ সংখ্যক জন্মদিন উদযাপন কৰিছে। এই বছৰটো সোণমৰ বাবে সুখেৰে ভৰা, কাৰণ এই বছৰ তাই মাতৃ হ’বলৈ গৈ আছে। আনকি গৰ্ভাৱস্থাত সোনমৰ সাহসী আৰু সুন্দৰ ষ্টাইল প্ৰশংসনীয়।