Home » photogallery » entertainment »Rhea Kapoor Kissed Husband: মালদ্বীপত হনীমুনৰ পিছত ৰিয়া কাপুৰে জন্মদিনত পতি কৰণক খালে চুমা, ভাইৰেল ৰিয়া-কৰণৰ নিবিড় মুহূৰ্তৰ ৰোমাণ্টিক ফটো

Rhea Kapoor Kissed Husband: মালদ্বীপত হনীমুনৰ পিছত ৰিয়া কাপুৰে জন্মদিনত পতি কৰণক খালে চুমা, ভাইৰেল ৰিয়া-কৰণৰ নিবিড় মুহূৰ্তৰ ৰোমাণ্টিক ফটো

সোনম কাপুৰ (Sonam Kapoor)ৰ ভনীয়েক ৰিয়া কাপুৰে (Rhea Kapoor)এ নিজৰ পতি কৰণ বুলানী (Karan Boolani)ৰ জন্মদিনটো অতি ৰোমাণ্টিক মুডত কটালে। ৰিয়া এতিা নিজৰ বৈবৈহিক জীৱন উপভোগ কৰি আছে। কৰণৰ জন্रिমদিনত ৰিয়াই আয়োজন কৰে বিশেষ ক্ণ্ডেল লাইট ডিনাৰৰ।