অলপতে বিবাহ পাশত আবদ্ধ হৈছে অনিল কাপুৰ (Anil Kapoor)ৰ কন্যা ৰিয়া কাপুৰ (Rhea Kapoor)ৰ । নিজৰ বৈবাহিক জীৱৰ আৰম্ভণিতেই খুউব এনজয় কৰিছে ৰিয়া কাপুৰে। মালদ্বীপত পতি কৰণ বুলানী (Karan Boolani)ৰ সৈতে বনীমুনৰ পিছত কৰণৰ জন্মদিনত খুউব আনন্দ কৰিলে ৰিয়া কাপুৰে। ভাইৰেল হৈছে জন্মদিনৰ ৰোমাণ্টিক ফটোবেৰ। (ফটো: rheakapoor/Instagram)