Home » photogallery » entertainment »Rekha's Six Sisters : চিৰ তৰুণী অভিনেত্ৰী ৰেখাৰ আছে ৬ গৰাকী ভগ্নী, লাইমলাইটৰ পৰা আঁতৰি থাকিলেও ৰেখাৰ দৰেই সফল এওঁলোক

Rekha's Six Sisters : চিৰ তৰুণী অভিনেত্ৰী ৰেখাৰ আছে ৬ গৰাকী ভগ্নী, লাইমলাইটৰ পৰা আঁতৰি থাকিলেও ৰেখাৰ দৰেই সফল এওঁলোক

ৰেখা (Rekha)ৰ পিতৃ জেমিনি গণেশনে (Gemini Ganesan) তিনিবাৰ বিবাহ কৰাইছিল। তিনিগৰাকী মাকৰ ফালৰ পৰা ৰোখাৰ ৬ গৰাকী ভনীয়েক আছে যিসকল বিভিন্ন ক্ষেত্ৰত অত্যন্ত সফল। ৰেখাৰ ভগ্নীসকল লাইমলাইটৰ পৰা আঁতৰি থাকে।