তাৰ পিছত হঠাত এদিন গীতাই হৰভজনক দুটা আই পি এলৰ টিকট বিচাৰিলে। ভাজ্জীয়ে সুযোগটো হেৰুৱাব নিবিছাৰিলে। টিকট দুটা যোগাৰ কৰি দি দুয়োৰে মাজৰ বন্ধুত্ব বঢ়বলৈ চেষ্টা কৰিলে। ইয়াৰ পিছত, এদিন তেওঁ গীতাক প্ৰেমৰ প্ৰস্তাৱ দিছিল। প্ৰথম অৱস্থাত গীতাই অৱশ্যে এই প্ৰস্তাৱত সঁহাৰি জনোৱা নাছিল। সেই সময়ত তেওঁ নিজৰ অভিনয়ত মনোনিবেশ কৰিব বিচাৰিছিল।