Home » photogallery » entertainment »Pathaan 100 Cr: ১০০ কোটিৰ অভিলেখ স্পৰ্শ কৰিলে পাঠানে, বিশ্বজুৰি বক্স অফিচত বাম্পাৰ কালেকশ্যন

Pathaan 100 Cr: ১০০ কোটিৰ অভিলেখ স্পৰ্শ কৰিলে পাঠানে, বিশ্বজুৰি বক্স অফিচত বাম্পাৰ কালেকশ্যন

অধিকসংখ্যক দৰ্শকেও ‘পাঠান’ চাই টুইটাৰত ছবিখনক লৈ ইতিবাচক ৰিভিউ দিছে। ‘পাঠান’ৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ যিসকলে চাইছে তেওঁলোকৰ মতে, ছবিখনৰ প্ৰথম ভাগতে ‘পাঠান’ ছুপাৰহিট!

শেহতীয়া বাতৰি