Home » photogallery » entertainment »PICS: মিলিণ্ড সুমনে Anniversary উপলক্ষে অংকিতাৰ সৈতে শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো, লগে লগে Viral হৈ পৰিল Social Mediaত...

PICS: মিলিণ্ড সুমনে Anniversary উপলক্ষে অংকিতাৰ সৈতে শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো, লগে লগে Viral হৈ পৰিল Social Mediaত...

বলীউডৰ অভিনেতা আৰু মডেল মিলিণ্ড সুমনে (Milind Soman) অলপতে তেওঁৰ পত্নী অংকিতা কোঁৱৰৰ সৈতে তেওঁৰ তৃতীয় বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল। এই উপলক্ষে তেওঁলোকে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে আৰু ইজনে সিজনক অভিনন্দন জনায়।

শেহতীয়া বাতৰি