বলীউদৰ বৰ্তমান হাৰ্টথ্ৰব অভিনেত্ৰী নোৰা ফাতেহী। আকৰ্ষণীয় নৃত্যৰে সকলোৰে হৃদয় জিনিছে নোৰাই। কেৱল ডাঙৰ পৰ্দাতে নহয়, ফটোৰেও সৃষ্টি কৰিছে চাঞ্চল্যৰ। আবেদনময়ী নোৰাৰ শেহতীয়া ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শেহতীয়াকৈ সত্যমেব জয়তে ২ ছবিৰ এটা আইটেম চঙত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে নোৰাক। নোৰাৰ ফটো দেখি এজনে কমেণ্ট কৰিছে- মৰুভূমিতো আহিছে বান! নোৰা ফাতেহী। নোৰা ফাতেহী। নোৰা ফাতেহী। নোৰা ফাতেহী। নোৰা ফাতেহী। নোৰা ফাতেহী।