অসমীয়া ভাষাৰ চলচ্চিত্ৰ সংগ্ৰাম (১৯৬৫), ডক্তৰ বেজবৰুৱা, শেষ বিচাৰ, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, নয়নমণি, দূৰণিৰ ৰং, ঘৰ–সংসাৰ, প্ৰতিমা, পূজা, মৰীচিকা, মইনাজান, মানৱ আৰু দানৱ, শকুন্তলা আৰু শংকৰ জোচেফ আলি, প্ৰতিদান, চিৰাজ, হিয়া দিয়া নিয়া, ককাদেউতাৰ ঘৰজোঁৱাই, কাদম্বৰী, মিঠা মিঠা লগনত, পলে পলে উৰে মন, ব'হাগৰ দুপৰীয়া আদি প্ৰায় ১০০খন চিনেমাত অভিনয় কৰিছিল নিপন গোস্বামীয়ে।