Home » photogallery » entertainment »KL Rahul: বিয়াৰ চাৰিদিন পাৰ হৈ গ'ল, এইবাৰ পোহৰলৈ আহিছে ৰাহুল-আথিয়াৰ হালধি অনুষ্ঠানৰ ছবি ...

KL Rahul: বিয়াৰ চাৰিদিন পাৰ হৈ গ'ল, এইবাৰ পোহৰলৈ আহিছে ৰাহুল-আথিয়াৰ হালধি অনুষ্ঠানৰ ছবি ...

KL Rahul: ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া চেট্টীয়ে ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত, তাৰকা ক্ৰিকেটাৰজনে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল। এইবাৰ শ্বেয়াৰ কৰিছে হালধি অনুষ্ঠানৰ ছবি।

শেহতীয়া বাতৰি