Home » photogallery » entertainment »নিজৰ গ্লেমাৰাছ লুকেৰে চৰ্চালৈ আহিছে নেপালৰ এইগৰাকী অভিনেত্ৰী, সৌন্দৰ্যত মোহিত অনুৰাগী

নিজৰ গ্লেমাৰাছ লুকেৰে চৰ্চালৈ আহিছে নেপালৰ এইগৰাকী অভিনেত্ৰী, সৌন্দৰ্যত মোহিত অনুৰাগী

Aditi Budhathoki Viral Photos: ছচিয়েল মিডিয়াত অদিতি বুধাথোকীৰ তুলনা বলীউদৰ অভিনেত্ৰী দীশা পাটানীৰ সৈতে কৰা হৈছে, কিয়নো অদিতিৰ লুকছ, ষ্টাইল আৰু তেওঁৰ ফিটনেছ কিছু পৰিমাণে দীশা পাটানীৰ সৈতে মিলে।