Aditi Budhathoki Viral Photos: ছচিয়েল মিডিয়াত কেতিয়া কি ভাইৰেল হৈ পৰে সেয়া কোৱা টান। এই বিষয়টো নিৰ্ভৰ কৰে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ওপৰত। বৰ্তমান নেপালৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ ফটো ভাইৰেল হৈ পৰিছে। যাৰ নাম অদিতি বুধাথোকী (Aditi Budhathoki)। (ফটো : Instagram @aditi_budhathoki) অদিতি নেপালৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। আন চেলিব্ৰেটীৰ দৰেই অদিতিও ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। (ফটো : Instagram @aditi_budhathoki) অদিতি বুধাথোকীয়ে নিজৰ অনুৰাগীসকলৰ সৈতে সদায় সংযুক্ত হৈ থাকে আৰু নিজৰ লেটেষ্ট ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। (ফটো : Instagram @aditi_budhathoki) অদিতি বুধাথোকীৰ গ্লেমাৰাছ লুক দেখি নেটিজেন মুগ্ধ। বলীউদৰ অভিনেত্ৰীৰ দৰেই অদিতিয়েও নিজৰ ফটোৰে চৰ্চিত হৈ পৰিছে। (ফটো : Instagram @aditi_budhathoki) অদিতিয়ে শ্বেয়াৰ কৰা প্ৰায়বোৰ ফটোতে লাখৰ ওপৰত লাইক দেখা যায়। লগতে বৰষুণ পৰে কমেণ্টৰ। (ফটো : Instagram @aditi_budhathoki) ছচিয়েল মিডিয়াত অদিতি বুধাথোকীৰ তুলনা বলীউদৰ অভিনেত্ৰী দীশা পাটানীৰ সৈতে কৰা হৈছে, কিয়নো অদিতিৰ লুকছ, ষ্টাইল আৰু তেওঁৰ ফিটনেছ কিছু পৰিমাণে দীশা পাটানীৰ সৈতে মিলে। (ফটো : Instagram @aditi_budhathoki) দীশা পাটানীয়ে যিদৰে নিজৰ ব’ল্ড ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তেনেদৰেই অদিতিৰ ইনষ্টা একাউণ্টো নিজৰ ব’ল্ড ফটোৰে ভৰা। (ফটো : Instagram @aditi_budhathoki) অদিতি বুধাথোকীৰ ছচিয়েল মিডিয়াত ফেন ফলোয়িংৰ দীঘলীয়া তালিকা আছে, কেৱল ইনষ্টাগ্ৰামতে তেওঁক ১৮ লাখ লোকে ফলো কৰে। (ফটো : Instagram @aditi_budhathoki)