Home » photogallery » entertainment »Nayanthara and Vignesh Shivan Wedding: বিবাহপাশত আবদ্ধ হ'ল দক্ষিণৰ অভিনেত্ৰী নয়নতাৰা ! অতিথি শ্বাহৰুখ, ৰজনীকান্ত, মণিৰত্নম, চাওক ছবি ...

Nayanthara and Vignesh Shivan Wedding: বিবাহপাশত আবদ্ধ হ'ল দক্ষিণৰ অভিনেত্ৰী নয়নতাৰা ! অতিথি শ্বাহৰুখ, ৰজনীকান্ত, মণিৰত্নম, চাওক ছবি ...

Nayanthara and Vignesh Shivan Wedding: অভিনেত্ৰীগৰাকী আৰু পৰিচালকজন দীৰ্ঘ ছয় বছৰ ধৰি সম্পৰ্কত আছিল। বুধবাৰে চেন্নাইৰ মহাবলিপুৰমৰ শ্বেৰাটন পাৰ্কত তেওঁলোকৰ বিবাহ উপলক্ষে তাৰকা সমাৱেশ।