ৰাই লক্ষ্মী শেহতীয়াকৈ চৰ্চালৈ আহিছে। ইণ্টাৰনেটত ভাইৰেল হৈছে ৰাই লক্ষ্মীৰ কিছুমান আকৰ্ষণীয় ফটো। মহেন্দ্ৰ সিং ধোনীৰ প্ৰাক্তন প্ৰেয়সী এনেধৰণৰ পোছাকত লেঞ্চৰ সন্মুখলৈ আহিছে। ৰাই লক্ষ্মী দক্ষিণ ভাৰতীয় চিনেমাৰ সুন্দৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যত মুগ্ধ নেটিজেন। অভিনেত্ৰীগৰাকীৰ গ্লেমাৰাছ আন্দাজৰ পোছাকে আৰু বঢ়াইছে মাত্ৰা। ৰাই লক্ষ্মীয়ে আউটফিটকলৈ বহু পৰীক্ষা নিৰীক্ষা কৰে। ৰাণী লক্ষ্মী। ৰাণী লক্ষ্মী। ৰাণী লক্ষ্মী।