Home » photogallery » entertainment »Mrunal Thakur Pics: ‘সীতা ৰামম’ৰ সফলতাৰ পিছত ছবিখনৰ পৰা মৃণাল ঠাকুৰৰ ভাইৰেল হৈছে Inside Photos

Mrunal Thakur Pics: ‘সীতা ৰামম’ৰ সফলতাৰ পিছত ছবিখনৰ পৰা মৃণাল ঠাকুৰৰ ভাইৰেল হৈছে Inside Photos

Sita Ramam Mrunal Thakur Inside Photos: অভিনেত্ৰী মৃণাল ঠাকুৰ (Mrunal Thakur) আৰু অভিনেতা দুলকৰ ছালমান (Dulquer Salmaan)ৰ ছবি ‘সীতা ৰামম’ (Sita Ramam) দক্ষিণৰ এখন সৰু বাজেটৰ ছবি আৰু ই আনকি হিন্দীকো জোকাৰি গৈছে। প্ৰায় ৩০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে বিশ্বজুৰি ৯৩ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে। চিনেমাখনৰ সফলতাৰ মাজতে চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকীৰ ভিতৰৰ ফটো, য’ত তেওঁৰ আচৰিত ধৰণৰ ষ্টাইল দেখা গৈছে।

শেহতীয়া বাতৰি