মৌনি ৰয়ৰ বন্ধু অৰ্জুন বিজলানিয়ে মৌনি (Mouni Roy Wedding) আরু সুৰজৰ বিয়াৰ ফটো (Suraj Nambiar Wedding) প্ৰথমে শ্বেয়াৰ কৰি লিখিছে, মিষ্টাৰ এণ্ড মিছেছ নাম্বিয়াৰ। (ফটো : ইনষ্টাগ্ৰাম) মৌনি আৰু সুৰজৰ বিয়া দক্ষিণ ভাৰতৰ ষ্টাইলত সম্পন্ন হয়। মালায়ালী ৰীতি–নীতি মতে সম্পন্ন হয় তেওঁলোকৰ বিয়া। (ফটো : ইনষ্টাগ্ৰাম) দক্ষিণ ভাৰতৰ বোৱাৰী মৌনি ৰয়ৰ মাজত ফুটি উঠিছে সহজ সৰল ভাৱ। সাধাৰণ লুকতো অসাধাৰণ লাগিছে মৌনিক। (ফটো : ইনষ্টাগ্ৰাম) মৌনি ৰয়ে বগা ৰঙৰ সুন্দৰ শাড়ী পিন্ধিছে। সোণৰ গহণাই সম্পূৰ্ণ কৰিছে মৌনিৰ লুক। (ফটো : ইনষ্টাগ্ৰাম) বিয়াৰ নানা ৰীতি–নীতিৰ মাজতে মৌনি ৰয়ৰ ফটোৱে খলকনি তুলিছে ছচিয়েল মিডিয়াত। (ফটো : ইনষ্টাগ্ৰাম) বিয়াত দৰা অৰ্থাৎ সুৰজ নাম্বিয়াৰে সোণালী ৰঙৰ পাঞ্জাবী আৰু বগা লুঙী পিন্ধিছে। (ফটো : ইনষ্টাগ্ৰাম) শিৰত সেন্দুৰ. গা ভৰ্তি গহণাৰে অপৰূপা লাগিছে বলীউদৰ অভিনেত্ৰী মৌনিক। (ফটো : ইনষ্টাগ্ৰাম)