সদ্য বিবাহিতা অভিনেত্ৰী মৌনী ৰয়। বিয়াৰ গোন্ধ এতিয়াও শৰীৰত। আকৰ্ষণীয় পোছাকত আকৌ ফটোশ্বুট কৰিলে অভিনেত্ৰীগৰাকীয়ে। মেটেলিক শাৰীত ধৰা দিলে মৌনী ৰয়ে। হট অৱতাৰ অভিনেত্ৰীগৰাকীৰ। মৌনী ৰয়ৰ এনে ফটো এতিয়া ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। ন-বোৱাৰী মৌনী ৰয় শীঘ্ৰে ছবিৰ কামতো যোগ দিব বুলি জনাইছে। মৌনী ৰয়। মৌনী ৰয় মৌনী ৰয়।